আজি বিশ্বনাথৰ হিমালয় ভৱনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৰূপায়িত সখী এক্সপ্ৰেছ ২০২১-২২ বিত্তীয় বৰ্ষৰ আঁচনিৰ সৈতে জড়িত সামূহিক কৰ্মীসকলৰ মাজত স্কুটাৰ বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হয়।এই কাৰ্যসূচীৰ দ্বাৰা আজি ১৯৭ খন স্কুটি আনুষ্ঠানিক ভাবে বিতৰণ কৰা হয়।উক্ত বিতৰণী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে,বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত,গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা,বিশ্বনাথ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া প্ৰদীপ সূত্ৰধৰৰ লগতে বিশ্বনাথ জিলাৰ জীবিকা সখী আত্মসহায় গোটৰ মহিলা সকল।মহিলা সকলক আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত জীবিকা সখী সকলে গাঁৱে গাঁৱে মহিলা সকলক সজাগ কৰাৰ বাবে চৰকাৰে এই অভিলাষি আঁচনি গ্ৰহণ কৰিছে।এই সভাত অংশ গ্ৰহণ কৰা বিধায়ক প্ৰমোদ বৰঠাকুৰ,ৰঞ্জিত দত্ত,উৎপল বৰা সহ জিলা উপায়ুক্ত গৰাকীয়ে ৰাজ্যিক চৰকাৰে গ্ৰহণ কৰা মহিলা সকলৰ বিভিন্ন অভিলাষি আঁচনি সন্দৰ্ভত নিজ নিজ ভাষন প্ৰদান কৰে। বিধায়ক ৰঞ্জিত দত্ৰই জীবিকা সখী সকলক এই স্কুটি চলাওতে সাবধানতা অবলম্বন কৰি চলাবলৈও পৰামৰ্শ প্ৰদান কৰে।এই সভাতে ৰঞ্জিত দত্তই নিজৰ ভাষন সন্দৰ্ভত বিশ্বনাথ জিলাৰ মহিলা গোট সমূহে উৎপান কৰা সামগ্ৰী সমূহ বিক্ৰী কৰাৰ বাবে এক মহিলা বজাৰ স্থাপন কৰাৰ ব্যবস্থা কৰিব বুলিও ঘোষণা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मेटा करने जा रही है नौकरियों में कटौती, फेसबुक और इंस्टाग्राम से होगी 10 हजार लोगों की छंटनी
नई दिल्ली, बिजनेस डेस्क। फेसबुक की मूल कंपनी मेटा (Meta) से जुड़ी एक नई खबर आ रही है।...
PAYTM Share News: 2 दिन में 36% टूटा शेयर, निवेशकों के करोड़ों स्वाहा, अब क्या करें | CNBC Awaaz
PAYTM Share News: 2 दिन में 36% टूटा शेयर, निवेशकों के करोड़ों स्वाहा, अब क्या करें | CNBC Awaaz
'चुनाव आते ही आतंकियों पर मेहरबान हो जाती है कांग्रेस', जयपुर धमाके के आरोपियों के बरी होने पर BJP ने कसा तंज
Amit Malviya on Jaipur Bomb blast राजस्थान के जयपुर में वर्ष 2008 को हुए सिलसिलेवार बम...
લોકલાડીલા ધારાસભ્ય શ્રી દેવાભાઈ માલમે નગીચાણા પે સેન્ટર શાળાની કરી મુલાકાત
લોકલાડીલા ધારાસભ્ય શ્રી દેવાભાઈ માલમ નગીચાણા પે સેન્ટર શાળા ની સરપ્રાઈઝ મુલાકાતે
આજ રોજ...