বৰহাটৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্ত্তী হালোৱা অঞ্চলত অৰুণাচলী আগ্ৰাসনত ৰাইজৰ প্ৰতিক্ৰিয়া

  উল্লেখ্য যে অসম চৰকাৰৰ সোপাধিলা নীতিত অৰুণাচল বাসী ৰাইজে বিগত বহু বছৰৰ পৰা অবাধ গতিত অসমৰ মাটি বেদখল কৰি অসমৰ মাটিত কামকো,সাচিৰোচা ,নাহৰণি অসিম বস্তি ,আদি গাওঁ পাতি বৃহৎ বৃহৎ চাহ বাগান,গীৰ্জাঘৰ ,স্কুল, খোৱাপানী যোগান,বিদ্যুৎ ,পথ নিৰ্মাণ কৰি বেদখল কৰাৰ সময়তে সমান্তৰালভাৱে হালোৱা সমীপৰ দিল্লী সংৰক্ষিত বনাঞ্চলত বে -দখল কৰাৰ কাৰ্যত স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া প্ৰকাশ