নগাঁও জিলাৰ চামগুৰিৰ আমনিত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত থকা এজোপা পুৰণিকলীয়া বট্ গছ কাটি পেলোৱাৰ ফলত সম্প্ৰতি আশ্ৰয়হীন হ’ল হাজাৰ হাজাৰ ঘৰমুখী চৰাই৷ ফ’ৰলেণ্ড কৰ্তৃপক্ষই পথ নিৰ্মাণ কৰিবলৈকে প্ৰয়োজনত কাটিব লগা হৈছে গছবোৰ৷ কিন্তু চৰাইৰ বাসোপযোগী এই গছজোপা, বাটৰুৱাক ছাঁ দিয়া অথবা জীৱকুলক অক্সিজেনৰ যোগান ধৰা এই গছজোপা কাটি পেলোৱাৰ ফলত সৃষ্টি হোৱা পৰিৱেশ; এতিয়া দুখৰ কাৰণ হৈ পৰিছে সকলোৰে বাবে৷ বিগত ত্ৰিশ বছৰে আশ্ৰয় লৈ থকা গছজোপা নোহোৱা হৈ যোৱাৰ বাবে নিৰ্ভৰযোগ্য আশ্ৰয়স্থলৰ অভাৱত চৰাইবোৰৰ শেষ আশ্ৰয় হৈছেগৈ পথৰ কাষৰ ইলেকট্ৰিকৰ তাঁৰ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મંત્રી ભુપેન્દ્રભાઈ યાદવના સન્માનમાં ભવ્ય બાઈક રેલી યોજાય l Divyang News
મંત્રી ભુપેન્દ્રભાઈ યાદવના સન્માનમાં ભવ્ય બાઈક રેલી યોજાય l Divyang News
ચીખલીમાં પતિ એ મહિલાનું નાક મોં દબાવી હત્યા કરી
ચિખલીમાં પતિએ મહિલાનું નાક મો દબાવી હત્યા કરી
ખેડબ્રહ્મા તાલુકાનાં ચિખલી ગત 16...
Skoda India ने पिछले 2 सालों में पार किया 1 लाख यूनिट सेल का आंकड़ा, Slavia और Kushaq की जबरदस्त मांग
Skoda India ने यह भी खुलासा किया है कि उसने 2023 कैलेंडर वर्ष में 1 जनवरी से 31 दिसंबर के बीच...
मिमिक्री विवाद पर Congress सांसद Rahul Gandhi का बयान, कहा ' मैंने उनका वीडियो शूट किया' | Aaj Tak
मिमिक्री विवाद पर Congress सांसद Rahul Gandhi का बयान, कहा ' मैंने उनका वीडियो शूट किया' | Aaj Tak
Smartphone under 10k: अफोर्डेबल कीमत में बेस्ट 5G स्मार्टफोन, आपके लिए कौन-सा बेस्ट
अफोर्डेबल सेगमेंट में अगर कोई स्मार्टफोन खरीदना चाहते हैं तो आपके लिए कई विकल्प मौजूद हैं। 10000...