দৰঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত ২৫ আগষ্টৰ ৰেগিং কাণ্ডৰ ঘটনাৰ বিষয়ে মুখ খুলিলে জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষ ই। 

ইতিমধ্যে অভিযোগ উঠা ৫ জন ছাত্ৰক তৎকালীন ভাবে বিদ্যালয়ৰ পৰা অনিৰ্দিষ্ট সময়লৈ বহিস্কাৰ কৰে ।লগতে উক্ত ছাত্ৰ কেইজনক ঘৰলৈ পঠিয়াই দিয়ে  ৷ইয়াৰোপৰি ৰেগিঙ ৰ ভুক্তভোগী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ গৰাকীৰ লগতে সকলো ছাত্র ছাত্ৰীৰ সম্পূৰ্ণ নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰে অধ্যক্ষ গৰাকীয়ে ।