টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ উদ্যোগত চাহ জনগোষ্ঠীয় মৰ্চা, ভাৰতীয় জনতা যুৱ মৰ্চা টিংখাং মণ্ডল আৰু লেঙেৰী মণ্ডলৰ সহযোগত আৰু স্থানীয় ৰাইজৰ আতিথ্যত অহা ২ ছেপ্টেম্বৰ পৰা সমষ্টিৰ বিভিন্ন ঠাইত "ঝুমইৰ আৰু ঢোলবাদন" প্ৰশিক্ষণ কায্যসূচী আয়োজন কৰিছে। গতিকে সকলোৱে সহায় সহযোগিতা কামনা কামনা কৰিছে উদ্যোগতা সকলে। উক্ত প্ৰশিক্ষণ শিবিত প্ৰশিক্ষক ৰূপে উপস্থিত থাকিব ৰাজেন কালান্দী, ৰঞ্জিত ভূঞা, বলোৰাম মৃদ্ধা আৰু অমৃতা মৃদ্ধা ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
টেঙাখাতত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু
টেঙাখাতত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু
વલસાડ પોલીસ હેડક્વાર્ટર ખાતે પોલીસ જવાનો માટે ખાસ નવરાત્રીનું આયોજન કરાયું
વલસાડ પોલીસ હેડક્વાર્ટર ખાતે પોલીસ જવાનો માટે ખાસ નવરાત્રીનું આયોજન કરાયું
भारतीय स्वातंत्र्याचा अमृत महोत्सवानिमित्त छत्रपती संभाजी विद्यालयात ध्वजारोहण
कोरेगाव भीमा : गजानन गव्हाणे पाटील
भारतीय...
Fuel Price Today: 2 मार्च को कितने में कहां बिक रहा है Petrol और diesel ?, जानें आज के दाम क्या
Fuel Price Today: 2 मार्च को कितने में कहां बिक रहा है Petrol और diesel ?, जानें आज के दाम क्या