চলিত বৰ্ষৰ ৯ চেপ্তেম্বৰৰ পৰা ১১ চেপ্তেম্বৰলৈ যোৰহাট জিলাৰ মৰিয়নিত অনুস্থিত হ’ব লগা আন্ত:জিলা নেট বল প্ৰতিযোগিতাৰ বাৱে গোলাঘাট জিলাৰ ১৯ বছৰৰ অনুৰ্দ্ধ আৰু ১৬ বছৰৰ অনুৰ্দ্ধৰ ল'ৰা আৰু ছোৱালীৰ চাৰিওটা দল বাচনি কৰা হয়৷ আজি জিলাখনৰ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত প্ৰায় শতাধিক খেলুৱৈৰ মাজৰ পৰা ল’ৰাৰ জুনিয়ৰ আৰু চাব্ জুনিয়ৰ দল দুটাৰ লগতে ছোৱালীৰ জুনিয়ৰ আৰু চাব্ জুনিয়ৰ দল দুটাৰ বাচনি কৰা হয়৷ নিৰ্বাচিত ল’ৰাৰ ১৯ বছৰৰ অনুৰ্দ্ধৰ দলটোত স্থান লাভ কৰা খেলুৱৈ সকল হৈছে ধৰ্মেন্দ্ৰ বৰা, ৰ’মিজুৰ ৰহমান, মানস শইকীয়া, নৱজ্যোতি বৰা, লুইত প্ৰতীম গগৈ, ৰাজীৱ গগৈ, মিণ্টু বৰা, কনকজ্যোতি বড়ো, তপন গগৈ, অবিনাশ শইকীয়া, বৰ্ণ্যাধ্য শইকীয়া, আৰু কৌশিক ৰয়৷ আনহাতে ল’ৰাৰ ১৬ বছৰৰ অনুৰ্দ্ধৰ দলত স্থান লাভ কৰা খেলুৱৈ সকল হ'ল ভাৰ্গৱজ্যোতি গগৈ, তনময় নেওঁগ, যতীন বৰা, অশ্বিনীকুমাৰ শইকীয়া, দৰ্শীত গগৈ, বিকি কৰ্মকাৰ, দেৱন্ত বৰা, বিতু বৰ্মন, হিৰণ্য কৌশিক বৰা, বিবেক ৰয়, অনকিত দে, আৰু মনীষ কুমাৰ ৰয়৷ ছোৱালীৰ ১৯ বছৰ অনুৰ্দ্ধৰ দলটোত আছে ৰাখী বৰুৱা, নিৰ্মালী কোঁৱৰ, জীনামনি শইকীয়া, তন্ময়ীবৰা, দেৱাশ্ৰী বৰা, দেৱাশ্ৰী নাৰ্জাৰি, ৰীতুমনি দত্ত, অনিশা শইকীয়া, লাকী দুৱৰা, হেনৰী গগৈ, জয়া কুমাৰী আৰু গীতালী গগৈ৷ ইপিনে ছোৱালীৰ ১৬ বছৰৰ অনুৰ্দ্ধৰ দলটোত আছে জাহ্নৱী গগৈ, লিজা শইকীয়া, গীতাশ্ৰী কোঁৱৰ, ৰুণজুন বৰা, মিজুমালা বৰা, অংকৃতা বৰুৱা, ৰিম্পী বৰা, অন্বেষা কোঁৱৰ, কংকিতা বৰুৱা, সীতা তেলেঙ্গা, সুনীয়া লিম্বুআৰু প্ৰিয়াংখী ফুকন৷ আজিৰ এই দল নিৰ্বাচনত মূখ্য নিৰ্বাচক হিচাপে উপস্থিত থাকে বিজয় শইকীয়া আৰু তোষেশ্বৰ বৰুৱা৷ অন্যহাতে বাচনি প্ৰক্ৰিয়াৰ বাবে অনুষ্ঠিত খেল সমূহ পৰিচালনা কৰে মিতুকম্পনা বড়ো, আৰু পুলিন শইকীয়াই৷ বাচনি প্ৰক্ৰিয়াত ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ সম্পাদনা ভৱানন্দ লাহনকে ধৰি কেইবাগৰাকী ক্ৰীড়া সংগঠক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વેરાવળ ભાજપની વિકાસયાત્રામાં ભારતીય બંધારણના ઘડવૈયા ડો.ભીમરાવ ભુલાયા
વેરાવળ ભાજપની વિકાસયાત્રામાં ભારતીય બંધારણના ઘડવૈયા ડો.ભીમરાવ ભુલાયા
દીપક ચોક મફતનગર વિસ્તારમાં રહેણાક મકાનમાં ગેસ નો બાટલો લીકેજ થતા આગ લાગી.
દીપક ચોક મફતનગર વિસ્તારમાં રહેણાક મકાનમાં ગેસ નો બાટલો લીકેજ થતા આગ લાગી.
বিশ্বনাথৰ শনি মন্দিৰত চুৰে চলালে চাফাই অভিযান
বিশ্বনাথত পুনৰ ধৰ্মীয় অনুষ্ঠানত সংঘটিত হল চুৰি কাণ্ড। চোৰে চাফাই অভিযান চলালে বিশ্বনাথৰ...
ડીસાના મુડેઠામાં 761 વર્ષ જૂની પરંપરા અકબંધ : 200 થી વધુ ઘોડાઓ વચ્ચે અશ્વદોડ યોજાઇ
ભાઇ-બહેન વચ્ચેના પવિત્ર પ્રેમના પર્વ એવા ભાઇબીજના દિવસે બનાસકાંઠા જિલ્લાના ડીસા તાલુકાના મુડેઠા...
MCN NEWS: तैलिक महासभेचे अध्यक्ष जयदत्त क्षीरसागर यांचा सत्कार
MCN NEWS: तैलिक महासभेचे अध्यक्ष जयदत्त क्षीरसागर यांचा सत्कार