অসম সাহিত্য সভাৰ আগন্তুক ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ লগত সংগতি ৰাখি আজি নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ এটা স্থায়ী কাৰ্যালয়ৰ শিলান্যাস কৰা হয় ৷ নাৰায়ণপুৰ নগৰৰ এক নম্বৰ ৱাৰ্ডত নিৰ্মাণ হ’বলগীয়া স্থায়ী কাৰ্যালয়টোৰ শিলান্যাস কৰে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি তথা বিধায়ক অমিয় কুমাৰ ভূঞাই ৷ শিলান্যাস কৰি বিধায়কগৰাকীয়ে কয় কাৰ্যালয়টোৰ জৰিয়তে দীৰ্ঘদিনীয়া অভাৱ এটা পুৰন হোৱাৰ সমান্তৰালভাৱে অধিৱেশনৰ কাম কাজ কৰাত সুবিধা হ’ব ৷ অহা ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব কাৰ্যালয়টো ৷ ইয়াৰ বাবে প্ৰথম পৰ্যায়ত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই মোকোলাই দিছে পঞ্চাশ লাখ টকা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गुदड़ी के लाल चित्रांश लालबहादुर शास्त्री की 120 वी जयन्ती
गुदड़ी के लाल चित्रांश लालबहादुर शास्त्री की 120 वी जयन्ती पर राष्ट्रीय कायस्थ महापरिष्द,...
Eknath Shinde यांचं Uddhav Thackeray यांना उत्तर, म्हणाले 'गद्दार कोण, खुद्दार कोण?'
Eknath Shinde यांचं Uddhav Thackeray यांना उत्तर, म्हणाले 'गद्दार कोण, खुद्दार कोण?'
গোৱালপাৰাৰ টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ত স্বাধীনতা দিৱসৰ প্ৰস্তুতি
গোৱালপাৰাৰ টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ত স্বাধীনতা দিৱসৰ প্ৰস্তুতি
બનાસકાંઠા સલામત સવારી એસટી અમારીમાં દારૂની સવારી@live24newsgujarat
બનાસકાંઠા સલામત સવારી એસટી અમારીમાં દારૂની સવારી@live24newsgujarat