আহোম জনগোষ্ঠীৰ বিৰুদ্ধে টুলুঙা মন্তব্য দিয়াৰ বিৰুদ্ধে সোণাৰিত সংবাদমেল আহোম ৰাজবংশাৱলীৰ
অনন্ত ৰায় মহাৰাজ নামৰ কোচ ৰাজবংশাৱলীৰ নেতা এজনে আহোম সকলক লৈ কৰা মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সৰ্বত্ৰে।
ইয়াৰ পাছতেই আজি সোণাৰিৰ সমলয় গোষ্ঠী কাৰ্যালয়ৰ সভাকক্ষত আহোম ৰাজবংশাৱলীয়ে সম্বোধন কৰে সংবাদ মেল।