নাহৰকটীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সৌজন্যত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আৰু ৱাংচা ৰাজকুমাৰ চৰকাৰী মহাবিদ্যালয়ৰ সৈতে নাহৰকটীয়া মহাবিদ্যালয়ৰ বুজাবুজি চুক্তিৰ আদান-প্ৰদান কৰাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গবেষণাৰ শুভ উদ্বোধন কৰা হয় । উক্ত অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈদেবৰ লগতে নাহৰকটীয়া মহাবিদ্যালয়ৰ শিক্ষাগুৰু, চুবুৰীয়া ৰাজ্যৰ অৰুণাচল প্ৰদেশৰ দেউমালিৰ ৱাংচা ৰাজকুমাৰ চৰকাৰী মহাবিদ্যালয়ৰ শিক্ষাগুৰু, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে আৰু কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rajasthan Next CM: London से लौटकर Mewat जीतने वाली BJP नेता Nauksham Chaudhary कौन है? | Vasundhara
Rajasthan Next CM: London से लौटकर Mewat जीतने वाली BJP नेता Nauksham Chaudhary कौन है? | Vasundhara
ट्रैक्टर बेचकर Pakistan से IND vs PAK का मैच देखने आया शख्स , PAK के हार के बाद क्या कहा? | Aaj Tak
ट्रैक्टर बेचकर Pakistan से IND vs PAK का मैच देखने आया शख्स , PAK के हार के बाद क्या कहा? | Aaj Tak