ছিপাঝাৰৰ শ্বহীদ ভৱনত উত্তেজনাপূৰ্ণ পৰিস্থিতি।

শ্বহীদ ভৱনত অনুষ্ঠিত হোৱা এক ৰাজহুৱা অনুষ্ঠানত সৃষ্টি হয় এনে উত্তপ্ত পৰিবেশৰ।২৭ আগষ্টত হোৱা নিৰ্মাণ আৰু পৰিচালনা সমিতিৰ এক ৰাজহুৱা সভাত 

একাংশ আছুৰ প্ৰতিনিধি আৰু আয়োজক সমিতি তথা এই,বি ভি পিৰ সদস্যৰ মাজত হোৱা বিবাদৰ পৰিণতিত সংঘটিত হয় এনে পৰিস্থিতিৰ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।