তেওঁ আৰু কোনোদিনে ঘূৰি নহাৰ বাটেৰে গুচি গল। হাজাৰ হাজাৰ অনুৰাগী, গুণমুগ্ধক কন্দুয়াই এই জীৱনৰ পৰা চিৰবিদায় ললে। সুদীৰ্ঘ চাৰিটা দশক অসম আৰু অসমীয়াৰ প্ৰতি নিজৰ জীৱন উচৰ্গা কৰা আলফা নেতা জীৱন মৰাণ ওৰফে জীৱন অসম ওৰফে গুণত ডাঙৰীয়াই শনিবাৰে নিশা গুৱাহাটী মহানগৰীৰ এপল হস্পিটালত শেষ নিশ্বাস ত্যাগ কৰে। সোমবাৰে হাজাৰ হাজাৰ অনুৰাগী, গুণমুগ্ধ, জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতা কৰ্মীৰ উপস্থিতিত প্ৰাক্তন আলফা নেতা গৰাকীৰ উপজা বাসগৃহ তিনিচুকীয়াৰ কাকপথাৰৰ উবন গাঁওত অন্তিম সৎকাৰ কৰা হয় সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સંકલ્પ સંસ્થા પાટણદ્વારા વેક્સિનેશન કેમ્પનું આયોજન કરવામાં આવ્યું
સંકલ્પ સંસ્થા પાટણદ્વારા વેક્સિનેશન કેમ્પનું આયોજન કરવામાં આવ્યું
વેક્સિનેશન-કેમ્પ...
लोणार तालुक्यात मुसळधार पावसाने घातले थैमान संध्याकाळचे सहा वाजता
लोणार दिनांक 16 ऑक्टोंबर 2022
लोणार तालुक्यात आज सायंकाळी मुसळधार पावसाने घातले थैमान ....
इंस्टाग्राम पर अभद्र टिप्पणी करने पर एक अभियुक्त गिरफ्तार।
जनपद जौनपुर थाना सरायख्वाजा में,इंस्टाग्राम पर अभद्र टिप्पणी करनें पर एक अभियुक्त गिरफ्तार।मालूम...
એસ.ટી.બસ અને ઈકો કાર વચ્ચે અકસ્માત સર્જાયો
પાટડી તાલુકાનાં માલવણ-ખેરવા ગામ વચ્ચે એસ.ટી.બસ અને ઈકો કાર વચ્ચે અકસ્માત સર્જાયો હતો. તેમાં એક...