তেওঁ আৰু কোনোদিনে ঘূৰি নহাৰ বাটেৰে গুচি গল। হাজাৰ হাজাৰ অনুৰাগী, গুণমুগ্ধক কন্দুয়াই এই জীৱনৰ পৰা চিৰবিদায় ললে। সুদীৰ্ঘ চাৰিটা দশক অসম আৰু অসমীয়াৰ প্ৰতি নিজৰ জীৱন উচৰ্গা কৰা আলফা নেতা জীৱন মৰাণ ওৰফে জীৱন অসম ওৰফে গুণত ডাঙৰীয়াই শনিবাৰে নিশা গুৱাহাটী মহানগৰীৰ এপল হস্পিটালত শেষ নিশ্বাস ত্যাগ কৰে। সোমবাৰে হাজাৰ হাজাৰ অনুৰাগী, গুণমুগ্ধ, জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতা কৰ্মীৰ উপস্থিতিত প্ৰাক্তন আলফা নেতা গৰাকীৰ উপজা বাসগৃহ তিনিচুকীয়াৰ কাকপথাৰৰ উবন গাঁওত অন্তিম সৎকাৰ কৰা হয় সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Nitin Gadkari ने कार कंपनियों को 'Diesel Cars को बाय-बाय करो' कहते हुए क्या चेतावनी दी? SIAM
Nitin Gadkari ने कार कंपनियों को 'Diesel Cars को बाय-बाय करो' कहते हुए क्या चेतावनी दी? SIAM
સુત્રાપાડાના લોઢવા ગામે ભુતડા દાદા ગ્રુપના યુવાનો દ્વારા વિના મૂલ્ય લમ્પી વાયરસની દેશી દવાનું વિતરણ
સુત્રાપાડાના લોઢવા ગામે ભુતડા દાદા ગ્રુપના યુવાનો દ્વારા વિના મૂલ્ય લમ્પી વાયરસની દેશી દવાનું...
MCN NEWS| वैजापूर शहरात आढळला अज्ञात व्यक्तीचा मृतदेह
MCN NEWS| वैजापूर शहरात आढळला अज्ञात व्यक्तीचा मृतदेह
વડોદરા:સયાજીગંજ પોલીસે જુગાર રમતા 9 જુગારીઓને ઝડપી પાડી કાર્યવાહી કરી
વડોદરા:સયાજીગંજ પોલીસે જુગાર રમતા 9 જુગારીઓને ઝડપી પાડી કાર્યવાહી કરી
"বিমানকোঠত" প্ৰকৃতি সংৰক্ষণ দিৱস' উপলক্ষ্যে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ
আজিৰ খবৰ, গুৱাহাটী,২৮ জুলাই,২০২২- বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত...