খাৰুপেটীয়া আৰক্ষী থানা ৰ গাঁও সুৰক্ষা বাহিনী (VDP) প্ৰশংসনীয় প্ৰদক্ষেপ 

# খাৰুপেটীয়া নগৰ ৰ সুৰক্ষা ৰ দায়িত্ব ত নিয়োজিত গাঁও সুৰক্ষা বাহিনী 

# নগৰ ৰ ATM , Bank , মন্দিৰ , মছজিদ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান সুৰক্ষা দায়িত্ব লৈছে গাঁও সুৰক্ষা বাহিনী 

# অৱশ্যে এই ক্ষেত্ৰত খাৰুপেটীয়া আৰক্ষী সং দিছে গাঁও সুৰক্ষা বাহিনী ক 

# কিন্তু ৰাতি আন্ধাৰত মহ মাখি আৰু বৰষুণত সুদূৰ গাঁও পৰা আহি নিজৰ কৰ্তব্য পালন কৰিছে গাঁও সুৰক্ষা বাহিনী ৰ সদস্য কিন্তু নগৰ ৰ মানুহ সং দিয়া নাই এই ক্ষেত্ৰত