অসম চৰকাৰৰ সহযোগত, অসম অলিম্পিক সন্থাই ২৩ জুলাইৰ পৰা ৫ দিনীয়াকৈ পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে "অসম যুৱ অলিম্পিক - ২০২২ "।