সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত নাহৰকটীয়া আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা চাচনী আমগুৰি গাঁৱত অনুষ্ঠিত হয় । সভাত চুতীয়া ছাত্ৰ সন্থা নাহৰকটীয়া আঞ্চলিক সমিতিখন গঠন কৰা হয় । সভাত উপদেষ্টা হিচাপে পৰাগ খনিকৰ, লোহিত খনিকৰ আৰু নিপন শইকীয়া, সভাপতি হিচাপে ৰাণা খনিকৰ, সাধাৰণ সম্পাদক বিকাশ খনিকৰক লৈ সমিতিখন গঠন কৰা হয় । সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক পৰাগ খনিকৰ। লগতে উক্ত নতুন সমিতিখনলৈ ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জিতু শইকীয়া আৰু সাধাৰণ সম্পাদক সঞ্জীৱ চুতীয়াই শুভেচ্ছা জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાવરકુંડલા શહેરમાં મેઘરાજાની ધમાકેદાર બેટીંગ
સાવરકુંડલા શહેરમાં મેઘરાજાની ધમાકેદાર બેટીંગ
Vehicle Sales: October 2024 में वाहनों की बिक्री में हुई बढ़ोतरी, FADA ने जारी की रिपोर्ट
फेडरेशन ऑफ ऑटोमोबाइल डीलर्स एसोसिएशन (FADA) की ओर से बीते महीने देशभर में हुई वाहनों की बिक्री पर...
Ola S1 ઈલેક્ટ્રિક સ્કૂટરનો આવતીકાલથી શરૂ થશે સેલ, Olaનું સૌથી સસ્તું ટુ-વ્હીલર માત્ર રૂ.99 હજારમાં ખરીદો
ભારતની અગ્રણી ઇલેક્ટ્રિક ટુ-વ્હીલર કંપની ઓલા ઇલેક્ટ્રિક તેના સૌથી સસ્તા ઇલેક્ટ્રિક સ્કૂટરનું...
વહાણવટી પ્રાથમિક શાળા માં 160 છોકરાઓને પાણીની વોટરબોટલ, લંચબોકસ નું વિતરણ કરાયું
લાયન્સ ક્લબ ઓફ સુરેન્દ્રનગર રોયલ ની લયાનલેડી મેમ્બર્સ દ્વારા શ્રી વહાણવટી પ્રાથમિક શાળા માં 160...
Biden G-20 Summit Security: कुछ ऐसा होगा समिट के सबसे ताकतवर मेहमान बाइडेन का अभेद्य सुरक्षा कवच!
Biden G-20 Summit Security: कुछ ऐसा होगा समिट के सबसे ताकतवर मेहमान बाइडेन का अभेद्य सुरक्षा कवच!