ৰঙিয়াৰ ধেপাৰগাঁৱত গড়কপ্টানি পথ হ'লগৈ নদী সদৃশ ,যাতায়ত বিঘ্নিত , ৰাইজৰ হাহাকাৰ ।দুমাহে যাতায়ত ব্যৱস্থা ব্যাহত । দুমাহ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানে খহাই নিছিল প্ৰায় ২০০ ফুট দৈৰ্ঘ্যৰ গুৰুত্বপূৰ্ণ পথটো । উল্লেখ্য যে ২০২০ চনতো সেই স্থানতেই বানে খহাই নিছিল পথটোৰ বৃহৎ অংশ এটা । তাৰ পিছত ৰাইজে গাঁঠিৰ ধন ভাঙি যাতায়তৰ বাবে সাজি উলিয়াইছিল এখন বাহৰ সাকোঁ । কিন্তু পুনৰবাৰে একে স্থানতে সাঁকো সহ গড়কাপ্তানী পথটোৰ বৃহৎ অংশ এটা উটুৱাই নিয়াত সম্পুৰ্ণৰূপে যাতায়ত বন্ধ হৈ পৰিছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાંતલપુર પીપરાળા ચેકપોસ્ટ પરથી કારના ખાનામાંથી 42 હજારના દારૂ ઝડપાયો | SatyaNirbhay News Channel
સાંતલપુર પીપરાળા ચેકપોસ્ટ પરથી કારના ખાનામાંથી 42 હજારના દારૂ ઝડપાયો | SatyaNirbhay News Channel
વિજયા દશમીના પર્વે આતંક પર વિજય@Sandesh News
વિજયા દશમીના પર્વે આતંક પર વિજય@Sandesh News
जन सुराज अभियान के संस्थापक प्रशांत किशोर पहुंचे कटिहार
बिहार के कटिहार जिले में शुक्रवार को राजनीतिक हलचल काफी तेज रही इस दौरान शुक्रवार की सुबह जन...
4600mAh बैटरी और 64MP कैमरा वाले Vivo के इस फोन पर मिल रहा है शानदार डिस्काउंट, जानिए डिटेल्स
अगर आपका भी नया फोन खरीदने का मन कर रहा है तो यह आर्टिकल आपके काम की हो सकती है। Vivo के 4600mAh...