পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ  উদ্যোগত পূব মাজুলী মহাবিদ্যালয়ত ৰূপ সজ্জাৰ কৰ্মশালা ৷

প্ৰায় অৰ্ধশতাধিক যুৱতি -ছাত্ৰছাত্ৰীক স্বাৱলম্বী কৰাৰ মানসেৰে ছাত্ৰ সংগঠনটোৱে এই কৰ্মশালাৰ আয়োজন কৰিছে ৷ 

ৰাজপথৰ আন্দোলনৰ পৰিৰ্বতে এইদৰে এক আৰ্দশগত পদক্ষেপ গ্ৰহণ কৰা কাৰ্যৰ শলাগ লৈছে পূব মাজুলী বাসীয়ে ৷