আজি জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৪৫৪ সংখ্যক তিৰুভাৱ তিথি।তিথি উপলক্ষে ৰাজ্যখনৰ নামঘৰ সত্ৰত পুৱাৰ ভাগৰ পৰা হৰি নামেৰে মুখৰিত হৈছে। ওদালগুৰিটো একেই পৰিবেশ। এয়া ওদালগুৰিৰ ৰাজহুৱা ৰাখাল নামঘৰৰ দৃশ্য। পুৱাৰে পৰা বাপ বান্ধব, আই মাতৃ, জিয়ৰি বোৱাৰি সকলোৱে ওলাই আহি চাকি বন্তি জ্বলাই ভগৱানৰ ওচৰত শেৱা জনাই নাম প্ৰসংগত ভাগ লৈছে। এক উখল মাখল পৰিবেশ ৰাখাল নামঘৰত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ছিপাঝাৰৰ দিপীলাত দৰং জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ SOক নিলম্বনৰ নিৰ্দেশ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ
ছিপাঝাৰৰ দিপীলাত দৰং জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ SOক নিলম্বনৰ নিৰ্দেশ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ
Vodafone Idea के बोर्ड ने फंड जुटाने का एलान किया
Vodafone Idea के बोर्ड ने फंड जुटाने का एलान किया
લાખણી ના જસરા ખાતે 12મો રાષ્ટ્રીય કક્ષાનો અશ્વસોમાં અલગ અલગ રાજ્ય માંથી અલગ અલગ નસલના અશ્વો
લાખણી ના જસરા ખાતે 12મો રાષ્ટ્રીય કક્ષાનો અશ્વસોમાં અલગ અલગ રાજ્ય માંથી અલગ અલગ નસલના અશ્વો
Uttarakhand से लेकर Kashmir पर शुरू हुआ बर्फबारी का दौर, मैदानी इलाकों में बढ़ी ठंड | Aaj tak News
Uttarakhand से लेकर Kashmir पर शुरू हुआ बर्फबारी का दौर, मैदानी इलाकों में बढ़ी ठंड | Aaj tak News
Myanmar Civil War ने India, China दोनों की टेंशन कैसे बढ़ा दी? Operation 1027
Myanmar Civil War ने India, China दोनों की टेंशन कैसे बढ़ा दी? Operation 1027