মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নাৰায়ণপুৰৰ সত্ৰ নামঘৰ সমুহত পালন কৰা হয় ৷ মহাপুৰুষ জনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত পুৱাৰে পৰা সত্ৰীয়া পৰম্পৰা আৰু ৰীতিনীতিৰে পালন কৰা হয় ৷ তাৰোপৰি দুজনা গুৰুৰ মণিকাঞ্চন সংযোগৰ স্মৃতি বহনকাৰী ধুৱাহাট বেলগুৰি সত্ৰ , বদুলা সত্ৰ , শক্ৰাহী সত্ৰ , শিয়ালমৰা সত্ৰ আদিত সত্ৰীয়া পৰম্পৰা আৰু ৰীতি নীতিৰে গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হয় ৷ আনহাতে নাৰায়ণপুৰৰ অধিকাংশ নামঘৰত দিনযোৰা কাৰ্যসুচীৰে পালন কৰা হয় তিৰোভাৱ তিথি ৷ গুজনাৰ সৃষ্টিৰাজিৰ প্ৰদশন আৰু নাম প্ৰসংগৰ লগতে আয়তীসকলৰ নামেৰে গুৰুজনাক আজিৰ দিনটোত স্মৰন কৰে বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Randeep Hooda ने की गर्लफ्रेंड Lin Laishram से मणिपुरी शादी, फैंस बोले ''इसे कहते हैं Simplicity''
Randeep Hooda ने की गर्लफ्रेंड Lin Laishram से मणिपुरी शादी, फैंस बोले ''इसे कहते हैं Simplicity''
राष्ट्रवादीच्या नेहा क्षीरसागर यांनी प्रभाग 14 मध्ये जनतेच्या घेतल्या समस्या जाणून@india report
राष्ट्रवादीच्या नेहा क्षीरसागर यांनी प्रभाग 14 मध्ये जनतेच्या घेतल्या समस्या जाणून@india report
કચ્છ મુલાકાત બાદ કૃષિ મંત્રી રાઘવજી પટેલના નિવેદન પર કિસાન કોંગ્રેસ ચેરમેન પાલભાઈની પ્રતિક્રિયા
કચ્છ મુલાકાત બાદ કૃષિ મંત્રી રાઘવજી પટેલના નિવેદન પર કિસાન કોંગ્રેસ ચેરમેન પાલભાઈની પ્રતિક્રિયા
Manmohan Singh Funeral News: पूर्व प्रधानमंत्री मनमोहन सिंह को 21 तोपों की सलामी दी गई | Aaj Tak
Manmohan Singh Funeral News: पूर्व प्रधानमंत्री मनमोहन सिंह को 21 तोपों की सलामी दी गई | Aaj Tak
नमाना में भीषण गर्मी से लोगों को मिली राहत , आसमान से बरसे मेघा।
नमाना क्षेत्र पर में शनिवार सुबह से ही भीषण गर्मी से मिली लोगों को राहत।इसी दौरान...