মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে সত্ৰভুমি মাজুলীত উখল - মাখল পৰিৱেশ ৷ মাজুলীৰ সত্ৰ - নামঘৰৰ সমান্তৰালভাৱে মাজুলী জিলা বিজেপিৰ কাৰ্যলয়ত দেখা গল আধ্যাত্মিক পৰিৱেশ ৷ মাজুলীৰ দলীয় কাৰ্যকত্তা সকলে গৰুজনাৰ কৰকমলত সেৱা জনাই অনুষ্ঠিত কৰিছে নাম প্ৰসংগ ৷ মাজুলী জিলা বিজেপিৰ সভাপতি বিৰেন শইকীয়াই সকলোকে গুৰুজনাৰ তিৰোভাৱৰ দিনটোত মাজুলীবাসীৰ মংগলৰ অৰ্থে সেৱা লোৱাৰ কথা অৱগত কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आमदार रोहित पवार यांनी मेटे कुटुंबियांचे सांत्वन करत माध्यमांशी व्यक्त केले मत@india report
आमदार रोहित पवार यांनी मेटे कुटुंबियांचे सांत्वन करत माध्यमांशी व्यक्त केले मत@india report
WhatsApp पर भेजना चाहते हैं HD क्वालिटी इमेज; बस चेंज करनी होगी ये सेटिंग
WhatsApp अपने कस्टमर्स के लिए समय-समय पर नए अपडेट लाता रहता है। कुछ सम पहले ही कंपनी ने यूजर्स को...