মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে আঠখেলীয়া নামঘৰলৈ ভক্তপ্ৰাণ ৰাইজক বিশুদ্ধ খোৱা পানী আৰু ফলৰ ৰসেৰে আপ্যায়ণ সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, গোলাঘাট জিলা সমিতিৰ। সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ সভাপতি মাধুৰ্য দাস আৰু সাধাৰণ সম্পাদক মামুদ আলীৰ নেতৃত্বত গোলাঘাট নগৰ আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰে এই কাৰ্যসূচী। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গুৰুজনাৰ তিথি উপলক্ষ্যে উৎকট গৰমকো নেওচি আগমণ ঘটে ভক্তপ্ৰাণ ৰাইজৰ। গতিকে ভক্তপ্ৰাণ ৰাইজৰ সকাহ হোৱাকৈ এই কাৰ্যসূচী ৰূপায়ণ সংগঠনটোৰ। উক্ত কাৰ্যসূচীত সংগঠনটোৰ জিলা আৰু কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सोने की कीमत में तोड़े सारे रिकॉर्ड:77,300 रुपए पहुंची 10 ग्राम सोने की कीमत, चांदी प्रति किलो 2300 रुपए महंगी हुई
अंतरराष्ट्रीय बाजार में चल रही उठापटक के बीच सोने और चांदी की कीमत ने अब तक के सारे रिकॉर्ड तोड़...
વીરપુર માં ઓવરલોડ ડમ્પરો નો રાફડો ફાટ્યો....
મહીસાગર વીરપુરમો ઓવરલોડ ડમ્પરોનો રાફડો ફાટ્યો હોય તેમ રેતી કપચી ભરીને ઓવર સ્પીડે નીકળતા ડમ્પરો...
ડીસાના ભાચરવા ગામના દેવાભાઈ ચૌધરીના ખેતરમાં ખેત તલાવડી બનાવવાના કાર્ય નું ઉદ્ઘાટન કરવામાં આવ્યું
ડીસાના ભાચરવા ગામના દેવાભાઈ ચૌધરીના ખેતરમાં ખેત તલાવડી બનાવવાના કાર્ય નું ઉદ્ઘાટન કરવામાં આવ્યું
रास्ता रोककर लूट करने वाली गिरोह के 07 आरोपियों को गुनौर पुलिस ने किया गिरफ्तार मोटरसाइकिल लूट करके इंजन निकाल कर आरोपी ने डाल लिया था अपनी गाड़ी में
गुनौर : बरामद सामग्री लूटी गई मोटरसाइकिल कीमती करीबन 80 हजार रुपए , नगद राशि...