পবিত্ৰ ভাদ মাহত নামকীৰ্তনৰ মাজতে মেৰাপানীৰ একাধিক নামঘৰত চুৰিকাণ্ড। শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনাই চোৰে লুটপাত চলালে নামঘৰত। অসমৰ প্ৰান্তে প্ৰান্তে পবিত্ৰ ভাদ মাহত নামঘৰত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থকাৰ সময়তে মেৰাপানীৰ ১ নং ওপৰ তৰানি ইন্দ্ৰপুৰ নামঘৰত সংঘটিত চুৰি কাণ্ডই অঞ্চলবাসীক চিন্তিত কৰি তুলিছে। দেওবাৰে পুৱতি নিশা কোনো দুৰ্বৃত্তই আজন্মৰ সেৱাস্থলিৰ মূল প্ৰবেশদ্বাৰৰ তলা ভাঙি প্ৰৱেশ কৰে।মনিকূটৰ তলা ভাঙি তিনিটা দানপাত্ৰৰ পৰা প্ৰায় ২৫ হাজাৰ টকা লৈ উধাও হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધી ડીસા ટેક્ષબાર એસોસિએશન દ્વારા એક દિવસીય કાયદાકીય સેમિનારનું યોજાયો
ધી ડીસા ટેક્ષબાર એસોસિએશન દ્વારા એક દિવસીય કાયદાકીય સેમિનારનું યોજાયો
Stock Market: Exit Poll का शेयर मार्केट पर पॉजिटिव असर, सुनिए एक्सपर्ट ने क्या कहा? | Aaj Tak
Stock Market: Exit Poll का शेयर मार्केट पर पॉजिटिव असर, सुनिए एक्सपर्ट ने क्या कहा? | Aaj Tak
আহোম লেণ্ডৰ দাবীত আন্দোলন কাৰ্যসূচী ঘোষণা টাইপাৰ
আহোম লেণ্ডৰ দাবীত আন্দোলন কাৰ্যসূচী ঘোষণা টাইপাৰ