আজি ভাৰতীয় জনতা পাৰ্টীৰ মাজুলী জিলাৰ মুখ্য কাৰ্য্যালয়ত অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ মাজুলী জিলা সমিতি সভাপতি শ্ৰীযুত অৰূপ নাথ (ৰাজীৱ নাথ) ডাঙৰীয়াৰ সভাপতিত্বত এখন বিষয় ববীয়া সভা অনুস্থিত কৰা হয় ৷ উক্ত সভাত অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ অহা ৩১ আগষ্ট বুধবাৰে আয়োজন কৰা তৃতীয় কাৰ্যকালৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভাৰ কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰা লগতে অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সাংগঠনিক দিশৰ ওপৰত বিস্তৃত ভাৱে আলোচনা কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Viral Video: पायलट की सूझ-बूझ ने बचाई 6 लोगों की जान, होश उड़ा देगा ये वीडियो | Aaj Tak News
Viral Video: पायलट की सूझ-बूझ ने बचाई 6 लोगों की जान, होश उड़ा देगा ये वीडियो | Aaj Tak News
AHAWA // આહવા સિવિલમાં ડોગ બાઇટ નું ઇંજેકશન નહીં મળતા બાળાને વલસાડ રિફર કરાઇ..
માસૂમ બાળકી ને કૂતરાએ બચકુ ભરી દેતા પરિવાર જનો તેને આહવા સિવિલ હોસ્પિટલમાં લઇ જતા સિવિલમાં યોગ્ય...
राजस्थान सरकार इस साल MSP पर नहीं खरीदेगी बाजरा:केंद्र से बजट नहीं मिला; राशन और मिड-डे मील में देने की योजना भी अटकी
राजस्थान में इस साल भी बाजरे की न्यूनतम समर्थन मूल्य (MSP) पर खरीद नहीं हो सकेगी। केंद्र सरकार से...
বৰহাট মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান
বৰহাট মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান।বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে...