এক শোকাৱহ ঘটনা।দুৰ্ঘটনাত পতিত হৈ মৃত্যু এগৰাকী আৰক্ষী বিষয়াৰ ৷গহপুৰৰ গোপালপুৰত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা।মৃত আৰক্ষী বিষয়াগৰাকী লক্ষীৰাম সোণোৱালৰ বুলি জানিব পৰা গৈছে।জানিব পৰা মতে, দেওবাৰে অসম চৰাকাৰে আয়োজন কৰা তৃতীয়বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন-উত্তৰবহী কঢ়িয়াই লৈ অহা সময়তে দুৰ্ঘটনাত পতিত হয় আৰক্ষীৰ বলেৰ' বাহনখন।বিশ্বনাথ চাৰিআলিৰ পৰা অহা এএছ১২ এবি৮৩৫৮ নম্বৰৰ আৰক্ষী বলেৰ' বাহন আৰু গহপুৰৰ পৰা চাৰিআলিৰ দিশে গৈ থকা পৰীক্ষাৰ্থী কঢ়িয়াই অনা এএছ০৭ চি৭৭২১ নম্বৰৰ আলট্রা বাছৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।দুৰ্ঘটনাত আহত সুশান্ত দাস, ৰত্ন মহন্ত, কনিষ্টবল নৱজ্যোতি শইকীয়া, লক্ষীৰাম সোণোৱালসহ বলেৰ' চালক।অতি সংকটজনক অৱস্থাত লক্ষীৰাম সোণোৱাল নামৰ আৰক্ষীবিষয়াগৰাকীক গহপুৰ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ঠুমুকীলৈ প্ৰেৰণ কৰাত কিছুসময় পিছতে চিকৎসকে মৃত বুলি ঘোষণা কৰে ।দ্বাদশ অসম আৰক্ষী বাহিনীৰ বিষয়া-জোৱানসকলে এবিএছআই লক্ষীৰাম সোণোৱালক নিজা কাৰ্যালয়ত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে দ্বাদশ অসম আৰক্ষী বাহিনীৰ বিষয়া-জোৱানসকলে এবিএছআই লক্ষীৰাম সোণোৱালক নিজা কাৰ্যালয়ত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষ বিদায় জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तुळजापूरात नवरात्र उत्सवात पोलिसांची कामगिरी
उस्मानाबाद : तुळजापूर तालक्यातील श्री. तुळजाभवानी मातेचा नवरात्र उत्सव नुकता संपन्न झाला.यावेळी...
કોંગ્રેસ પાર્ટીએ તળાજામાં વિધાનસભા સીટમાં દિગ્ગજ ઉમેદવારની પસંદગી કરી
તળાજામાં આગામી સમયમાં યોજાનાર વિધાનસભાની ચૂંટણીના લઈને રાજકીય પાર્ટીઓ દ્વારા પોતાના ઉમેદવારનું...
অমৃত ভাৰত আচঁনিৰ অধিনত
চাপৰমুখ জংচন আধুনিকিৰনৰ
ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ
মোদীয়ে কৰিলে উদ্বোধন।
উপস্থিত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।
অমৃত ভাৰত স্টেচন আচঁনিৰ অধিনত ভাৰতবৰ্ষৰ ৫০৮ আৰু ৰাজ্য ৰ ৫০ স্টেচনক আধুনিক পদ্ধতিৰে আটক ধুনিয়া আৰু...
World Kidney Day 2024: आदतें जिन्हें अपनाकर बचे रह सकते हैं किडनी की गंभीर बीमारियों से
शरीर के सबसे जरूरी बॉडी पार्ट्स में से एक है किडनी जिसमें किसी भी तरह की खराबी आपके ओवरऑल हेल्थ...
14 सितंबर 2024 को डोल यात्रा महोत्सव को लेकर श्री रंगनाथ सेवा समिति की बैठक
14 सितंबर 2024 को डोल यात्रा महोत्सव को लेकर श्री रंगनाथ सेवा समिति की बैठक पूर्व राज परिवार...