তিনিচুকীয়াত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মাৰোৱাৰী যু্ৱ মঞ্চ তিনিচুুুুুুুুুুকীয়া শাখা, তিনিচুকীয়া প্ৰগতি, তিনিচুকীয়া উদয় শাখাৰ উদ্যোগত বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত চাইক্লোথন শীৰ্ষক এক চাইকেল ৰেলী আয়োজন কৰে ৷