গুৰুজনাৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে আজি মাজুলীৰ ৩০ খনৰো অধিক সত্ৰ , চাৰিশতাধিক নামঘৰত উদযাপন কৰা হয় ৷ এই উপলক্ষে আজি 

শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত গুৰুজনাৰ তিৰোভাৱ তিথিত গায়ন-বায়ন আৰু নাদু ভংগী নৃত্য  , নতুৱা নাচ আদি উদযাপন কৰে ৷