অৰবিন্দ কেজৰিৱালৰ অসমীয়া টুইট, তিৰোভাৱ তিথিত গুৰুজনাক জনালে শতকোটি প্ৰণাম

হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰক্ষ্মাণ্ডক ভেদি ।।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত গুৰুজনালৈ শতকোটি প্ৰণাম।

এইদৰে অসমীয়াত টুইট কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনালে সশ্ৰদ্ধ প্ৰণিপাত