নলবাৰী জিলাৰ বৰাজোল বজাৰ চ’কত ৰবিবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডই এখন চাহদোকানৰ লগতে কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ব্যাপক ক্ষতি সাধন কৰে৷উল্লেখ্য যে নিশা এঘাৰমান বজাত চাহমিঠাইৰ দোকানৰ পৰা হোৱা অগ্নিকাণ্ড ৰাইজে প্ৰত্যক্ষ কৰি হুৱাদুৱা লগাই৷অগ্নিকাণ্ডৰ ফলত দোকানখনৰ কেইবালাখো টকাৰ ক্ষয়ক্ষতি হয় বুলি জানিব পৰা গৈছে৷অবেশ্যই জুইৰ সূত্ৰপাত ক’ৰ পৰা হয় তাক সঠিককৈ কৱ পৰা নাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા પોલીસની આબરૂના ધજાગરા સહેજ માટે ઉડતા બચ્યા
#buletinindia #gujarat #vadodara
ડીસામાં વૃદ્ધનું અવસાન થતાં તેમના પાર્થિવ દેહને પરિવારજનો દ્વારા બનાસ મેડિકલ કોલેજને આપવામાં આવ્યું
ડીસામાં વૃદ્ધનું અવસાન થતાં તેમના પાર્થિવ દેહને પરિવારજનો દ્વારા બનાસ મેડિકલ કોલેજને આપવામાં આવ્યું
মহাৰাষ্ট্ৰত পুনৰ জটিলতা? দেৱেন্দ্ৰ ফাডনাভিছ দিল্লীলৈ ৰাওনা আৰু একনাথ শিণ্ডেৰ সকলো সভা বাতিল
◾মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ নেতৃত্বত চৰকাৰ গঠন হোৱা এমাহতকৈও অধিক হ’ল। কিন্তু ইয়াৰ কেবিনেট...
ज्ञानवापी मामले में हिंदू पक्ष ने रखी दलील, 19 अक्टूबर को सुनवाई की अगली तारिख
ज्ञानवापी के मूलवाद में सिविल जज सीनियर डिवीजन फास्ट ट्रैक कोर्ट में 16 अक्टूबर को सुनवाई हुई। इस...