মৰাণ 2 নং ৰচিপথাৰ বাহাদুগাঁও যুৱক সংঘ উদ্যোগত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা

মৰাণ 2 নং ৰচিপথাৰ বাহাদুগাঁও যুৱক সংঘ উদ্যোগত আয়োজন কৰা প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা দীখাৰি জিলা পৰিষদৰ সদস্যা শিখা মণি তামুলী গগৈ উদ্বোধন কৰে