অবিভক্ত শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত অন্যতম পুৰণি শিক্ষানুষ্ঠান দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত চৰাইদেউৰ প্ৰকৃতিপ্ৰেমী তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া

সমাগত ১২ আৰু ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া শতবৰ্ষ সামৰণি অনুষ্ঠান সম্পৰ্কে ৰাজহুৱা সভা । ১৯১৯ চনত স্থাপিত দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত ৰাজহুৱা সভাত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে বিদ্যালয়খনৰ প্ৰক্তন ছাত্ৰ-ছাত্ৰী সকলো উপস্থিত থাকে ।