টিংখাঙৰ কদমনি উচ্চ মাধ্যমিক বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দেওবাৰে প্ৰায় ৭ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাৰ ফলত বিদ্যালয়খনৰ ৰান্ধনী শালটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে বিদ্যালয়ৰ মূল গৃহৰো বহু পৰিমাণে ক্ষতিসাধন হয়। অৱশ্যে স্থানীয় ৰাইজ আৰু অগ্নি-নিৰ্বাপক বাহিনীৰ তৎপৰতাত অধিক ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পৰে বিদ্যালয়খন। ঘটনাস্থলীত টিংখং আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । কেনেদৰে এই অগ্নিকাণ্ড সংঘটিত হল সেই কাৰণ বৰ্তমান লৈকে জানিব পৰা হোৱা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લાખો ભક્તોએ માં અંબાના શરણે શીશ ઝુકાવ્યું
#buletinindia #gujarat #ambaji
લખુભા હોલ પાસે શ્રી રિદ્ધિસિધ્ધિ મિત્ર મંડળ આયોજિત ગણેશ ઉત્સવમાં વિવિધ કાર્યક્રમ યોજાયા.
લખુભા હોલ પાસે શ્રી રિદ્ધિસિધ્ધિ મિત્ર મંડળ આયોજિત ગણેશ ઉત્સવમાં વિવિધ કાર્યક્રમ યોજાયા.
Iran President Death: ईरान के राष्ट्रपति की मौत पर Israel में कैसी चर्चा (BBC Hindi)
Iran President Death: ईरान के राष्ट्रपति की मौत पर Israel में कैसी चर्चा (BBC Hindi)
नई जेनरेशन BMW 5 Series LWB सेडान कार हुई भारत में लॉन्च, 72.90 लाख रुपये में खरीद सकते हैं गाड़ी
लग्जरी वाहन निर्माता कंपनी BMW की ओर से भारतीय बाजार में नई जेनरेशन वाली 5 Series सेडान कार...