মাজুলী জিলা গড়মূৰ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি।
ৰোগীৰ জীৱনক লৈ হেতালি
১০৮ সেৱাৰ বাবে তিনি ঘন্টা ধৰি অপেক্ষা ৰোগীৰ আত্মীয়ৰ ৷
দুৰ্ঘটনাত পতিত হোৱা ৰোগীক ডিব্ৰুগড়লৈ ৰেফাৰ কৰাৰ পিছতো অপেক্ষা তিনি ঘন্টা
শুনক ভুক্তভোগীৰ মুখেৰেই ৷