অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া "Bharat Jodo Yatra" সম্পৰ্কে বিতংকৈ আলোচনা কৰিবলৈ আজি শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত শিৱসাগৰ জিলাৰ অন্তৰ্গত কেউটা ব্লক কংগ্ৰেছ আৰু ভাতৃ-ভগ্নী সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত নাজিৰা ৰাজীৱ ভৱনত এখনি বিশেষ আলোচনা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মঞ্জিৰ গগৈ, শিৱসাগৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী, জিলা যুৱ কংগ্ৰছৰ সভাপতি আৰু শিৱসাগৰ জিলাৰ কংগ্ৰেছ দলৰ বহু নেতা কৰ্মী উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાવીજેતપુર રંગલી ચોકડી ઉપરથી ૬૯,૯૨૦/- ના વિદેશી દારૂ સાથે ૮ મહિલાઓને પકડી પાડતી કરાલી પોલીસ
પાવીજેતપુર રંગલી ચોકડી ઉપરથી ૬૯,૯૨૦/- ના વિદેશી દારૂ સાથે ૮ મહિલાઓને પકડી પાડતી કરાલી પોલીસ...
राज्यातील सत्तांतराचा परिणाम वांगणीतील राजकारणावर ; वांगणी ग्रामपंचायत निवडणूक अत्यंत चुरशीची होणार
राज्यातील सत्तांतराचा परिणाम वांगणीतील राजकारणावर ; वांगणी ग्रामपंचायत निवडणूक अत्यंत चुरशीची होणार
નવી વંદે ભારત એક્સપ્રેસે તોડ્યો બુલેટ ટ્રેનનો રેકોર્ડ, માત્ર 52 સેકન્ડમાં 100KMની ઝડપ
આ ઉપરાંત, તેમણે એમ પણ કહ્યું કે ફોટોકેટાલિટીક એર પ્યુરીફાયર સિસ્ટમ નવી વંદે ભારત ટ્રેનને કોરોના...
Israel Hamas war: उत्तरी इसराइल पर हिज़बुल्लाह का अब तक का सबसे बड़ा हमला(BBC Hindi)
Israel Hamas war: उत्तरी इसराइल पर हिज़बुल्लाह का अब तक का सबसे बड़ा हमला(BBC Hindi)