মঙ্গলদৈত এগৰাকী মহিলা জেইল হাজোটি তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ। 

যুৱতী গৰাকী দুদিন পূৰ্বে কাৰাগৰৰ অতিথি হৈছিল। 

ধূলা থানাৰ এটি গোচৰত অতিথি হৈছিল যুৱতী গৰাকী। 

আৰক্ষীয়ে যুৱতী গৰাকীক লৈ আহে পৰীক্ষা কেন্দ্ৰলৈ।  

মঙ্গলদৈ টাউন হাইস্কুল কেন্দ্ৰত পৰীক্ষা দিয়ে যুৱতী গৰাকীয়ে।