মাননীয় দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক উদ্দেশ্য কৰি আগবহুৱা "মন কী বাত" অনুষ্ঠানত ১৩৬ নং বৰপমুৱা বুথ কেন্দ্ৰত উপস্থিত  থাকে বিজেপি জিলা সভাপতি বীৰেন শইকীয়া, বুথৰ সন্মানীয় সভাপতি গোপীনাথ দলে ডাঙৰীয়াৰ সমম্বিতে ,দলৰ সকলো স্তৰৰ কার্যকর্তাৰ লগত "মন কী বাত" অনুষ্ঠানটি একেলগে শুনি আপ্লুত হলোঁ । 

"মন কী বাত" অনুষ্ঠানৰ পিছতে "বুথ কী বাত" অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত সভাত দলৰ কার্যকর্তা সকলৰ লগত দলীয় বিভিন্ন বিষয়ৰ সম্পৰ্কত আলাপ- আলোচনা কৰে সভাপতি বীৰেন শইকীয়াই