বাণিজ্যিক চহৰ তিনিচুকীয়াৰ প্ৰকৃত উন্নয়নৰ চবি ভাহি উঠিছে শনিবাৰে সন্ধিয়া অহা এজাক বৰষুণত ৷ বৰষুণ আৰম্ভ হোৱা কিছু সময়ৰ পাছতে চহৰখনৰ অধিকাংশ পথত এক আঠু পয্যন্ত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, ঠিক তেনে সময়তে বানপানীৰ পৰা বাছিবলৈ পদপথৰে বাট বুলাৰ সময়তে তিনিচুকীয়া চহৰৰ ভঙা পদপথত সোমাই আঘাতপ্ৰাপ্ত হয় এগৰাকী পথাৰোহী ৷ তাকেই লৈ এতিয়া সৰৱ হৈ পৰিছে তিনিচুকীয়া চিম্বল চেন নাম লোকজনক ৷ তাৰ বাবে সম্পূৰ্ণ জগৰীয়া কৰিছে তিনিচুকীয়া পৌৰসভাৰ স্থানীয় বিধায়কগৰাকীক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Paris Olympic: India को छठा मेडल दिलाने के बाद Aman Sehrawat ने क्या कहा? (BBC Hindi)
Paris Olympic: India को छठा मेडल दिलाने के बाद Aman Sehrawat ने क्या कहा? (BBC Hindi)
પશ્ચિમ રેલવે ગાંધીધામ-બાંદ્રા ટર્મિનસ વચ્ચે સાપ્તાહિક શીતકાલીન સ્પેશિયલ ટ્રેન ચલાવશે.
પશ્ચિમ રેલવે દ્વારા યાત્રીઓની સગવડ અને માગને ધ્યાનમાં રાખીને ગાંધીધામ અને બાંદ્રા ટર્મિનસ વચ્ચે...
উদালগুৰিৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
উদালগুৰিৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
iPhone 15 की भारत में आज से शुरू हो रही है प्री-बुकिंग, जानें प्री-ऑर्डर टाइमिंग और प्राइसिंग
आईफोन लवर्स आज से एप्पल की नई सीरीज iPhone 15 की प्री बुकिंग कर सकते हैं। यानी आज शाम से आप एप्पल...