দৰঙৰ ছিপাঝাৰত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত। আজি অনুষ্ঠিত তৃতীয় বৰ্গৰ পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে। ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দুমুনীচকী হাইস্কুলত দিব্যাং সকলৰ কাৰণে দিয়া হৈছে এটি পৰীক্ষাকেন্দ্ৰ। এই কেন্দ্ৰটিত সৰ্বমুঠ ১০১ গৰাকী পৰীক্ষাৰ্থী আছিল। ৯৬ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হয় আৰু ৫ গৰাকী অনুপস্থিত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના કાંટ અજાપુરા અને રાણપુરમાં એફ.પી.ઓ. ઓફીસ અને ઇનપુટ શોપનું ઉદ્ઘઘાટન કરાયું
ભારત સરકારની 10 હજાર એફપીઓ સ્કીમ અંતર્ગત કૃષિ વિજ્ઞાન કેન્દ્ર ડીસા દ્વારા સંચાલિત ધી સદારામ...
MCN NEWS| वैजापूर कृषी उत्पन्न बाजार समितीचा निकाल जाहीर
MCN NEWS| वैजापूर कृषी उत्पन्न बाजार समितीचा निकाल जाहीर
SMS स्कैम करने वालों पर चला सरकारी हंटर, फर्जी कॉल और एसएमएस को पहचानने का यह है आसान तरीका
पिछले तीन महीने में 10000 से अधिक मैसेज भेजकर अनेकों लोगों को ठगी का शिकार बनाया गया या उनसे पैसे...