টিংখাং সমষ্টিৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষানুষ্ঠান টিংখাং মহাবিদ্যালয়ে আগন্তুক ১ চেপ্তম্বৰত গৌৰৱোজ্জ্বল ৫০ টা বৰ্ষ সম্পূৰ্ণ কৰিব। ১৯৭২ চনৰ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনৰ পঞ্চাশ বছৰীয়া স্মৃতি ৰোমন্থনৰ মানসেৰে অহা ১ চেপ্তেম্বৰৰ পৰা তিনিদিনীয়াকৈ মহাবিদ্যালয় খনৰ চৌহদত উদযাপন কৰা হব সোণালী জয়ন্তী সমাৰোহ। আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই টিংখাং মহাবিদ্যালয়ত উপস্থিত হৈ সোণালী জয়ন্তী সমাৰোহৰ উদযাপন সমিতি তথা বিষয়ববীয়া সকলৰ সৈতে পৰ্যালোচনা কৰাৰ লগতে প্ৰস্তুতিৰ সম্পৰ্কে বুজ লয়। সোণালী জয়ন্তী সমাৰোহখনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে, প্ৰত্যেক গৰাকী বিষয়ববীয়াক নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যাবলৈ আহ্বান জনায়। উক্ত বৈঠকত টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জীৱেশ্বৰ মহন,অধ্যক্ষা ড০ মৌচুমী গগৈ ,অসম পেট্ৰকেমিকেলচৰ অধ্যক্ষ বিকুল ডেকা, অধ্যাপক- অধ্যাপিকা সকল, ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকলৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગઢ એમ્બ્યુલન્સ 108 ની ટીમે સફળ પ્રસુતિ કરાવી માતા પુત્રી નો જીવ બચાવ્યો..
પાલનપુર તાલુકાના ડાગ્યા મડાના ગામે ભારે વરસાદ વચ્ચે મહિલાની પ્રસુતિ કરવાઈ..
‘2 बार तो जीता दिया’, एक व्यक्ति ने बाबा पर साधा निशाना; गुस्साए किरोड़ी ने दिया ये जबाव
राजस्थान में उपचुनाव को लेकर राजनीतिक दलों ने प्रचार-प्रसार तेज कर दिया है। दौसा विधानसभा सीट से...
બનાસ નદીમાં આધેડ ડૂબી જવાની ઘટના ....
બનાસ નદીમાં આધેડ ડૂબી જવાની ઘટના ....
विद्यालयों को नहीं मिल रही कंपोजिट ग्रांट की राशि: जिला शिक्षा अधिकारी प्रारंभिक को सौपा ज्ञापन
तिथि फाल्गुन कृष्ण द्वादशी विक्रम संवत २०८१ दिनांक २५ फरवरी २०२५ राजस्थान शिक्षक संघ राष्ट्रीय के...
Infinite Sports Hosts Under 19 Football Tournament to Promote Young Sporting Talent
Bengaluru, December 7, 2025 — Infinite Sports, founded by two passionate youngsters Neel...