দৰঙৰ মঙ্গলদৈ খণ্ড বন বিষয়া কাৰ্যালয়ৰ বিষয়া আৰু বনকৰ্মী সকলে এক গোপন সূত্ৰৰ পমখেদি খাৰুপেটীয়া থানাৰ অন্তৰ্গত কুঁৱৰীপুখুৰী গৱত মঙ্গলবাৰে নিশা অভিযান চলাই অবৈধ ভাৱে টাংনী নদীত খনন কৰি মাটি কঢ়িওৱা ডাম্পাৰ এটা ধৰা পেলায়। পিছত বন বিষয়াই ডাম্পাৰৰ গৰাকীৰ পৰা নথি পত্ৰ বিচৰাত বৈধ নথি পত্ৰ দেখাব নোৱাৰাত AS 28 C 7270 নম্বৰৰ ডাম্পাৰখন জব্দ কৰি মঙ্গলদৈ খণ্ড বন বিষয়া কাৰ্যালয়লৈ লৈ যায়। অবৈধ কাঠ মিল, অবৈধ ভাৱে টাংনী নদীত খনন কাৰ্যৰ বিৰুদ্ধে অভিযান চালিয়ে থাকিব বুলি মঙ্গলদৈ খণ্ড বন বিভাগে সাংবাদিকক জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शपथ ग्रहण के इन्विटेशन कार्ड में शिंदे का नाम नहीं:कार्यवाहक CM गृह मंत्रालय पर अड़े; शिवसेना विधायक मनाने में जुटे
महाराष्ट्र विधानसभा चुनाव रिजल्ट आने के 13वें दिन यानी गुरुवार को नई सरकार शपथ लेगी। भाजपा विधायक...
ઉના નજીક ગેરકાયદે ખનીજ ખનન પર LCB એ દરોડો પાડ્યો I #girsomnath I Divyang News
ઉના નજીક ગેરકાયદે ખનીજ ખનન પર LCB એ દરોડો પાડ્યો I #girsomnath I Divyang News
গুৱাহাটীৰ চচলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী
গুৱাহাটীৰ চচলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী।
સુરતમાં રાંદેર પોલીસે વાહન ચોરીના રવાડે ચઢેલા સાજીદ દુબઈ વાલાની 19 વાહન સાથે ધરપકડ કરી. સાજીદને દેશ-વિદેશમાં ફરવાનો ચપકો હોવાથી વાહન ચોરતો હતો
સુરતમાં રાંદેર પોલીસે હાઈ પ્રોફાઈલ જીવન જીવવા અને વિદેશમાં ફરવા વાહન ચોરીના રવાડે ચઢેલા એકને 19...
नाबालिग बालिका को किया 24 घण्टे मे दस्तेयाब नाबालिग के साथ दुष्कर्म का आरोपी विशाल गिरफ्तार
जिला पुलिस अधीक्षक बून्दी राजेन्द्र कुमार मीणा आई.पी.एस. ने बताया की थानाधिकारी पुलिस थाना डाबी...