দৰঙৰ মঙ্গলদৈ খণ্ড বন বিষয়া কাৰ্যালয়ৰ বিষয়া আৰু বনকৰ্মী সকলে এক গোপন সূত্ৰৰ পমখেদি খাৰুপেটীয়া থানাৰ অন্তৰ্গত কুঁৱৰীপুখুৰী গৱত মঙ্গলবাৰে নিশা অভিযান চলাই অবৈধ ভাৱে টাংনী নদীত খনন কৰি মাটি কঢ়িওৱা ডাম্পাৰ এটা ধৰা পেলায়। পিছত বন বিষয়াই ডাম্পাৰৰ গৰাকীৰ পৰা নথি পত্ৰ বিচৰাত বৈধ নথি পত্ৰ দেখাব নোৱাৰাত AS 28 C 7270 নম্বৰৰ ডাম্পাৰখন জব্দ কৰি মঙ্গলদৈ খণ্ড বন বিষয়া কাৰ্যালয়লৈ লৈ যায়। অবৈধ কাঠ মিল, অবৈধ ভাৱে টাংনী নদীত খনন কাৰ্যৰ বিৰুদ্ধে অভিযান চালিয়ে থাকিব বুলি মঙ্গলদৈ খণ্ড বন বিভাগে সাংবাদিকক জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বাঘ হত্যাৰ নতুন মোৰ পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া আৰু নামেৰীৰ মঙহৰ বজাৰ
নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বাঘ হত্যাৰ নতুন মোৰ পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া আৰু নামেৰীৰ মঙহৰ বজাৰ
તારાપુર સરદાર પટેલ જયંતીની ઉજવણી સાથે નાની ચોકડી સુધી કેન્ડલ માર્ચ યોજાઈ
તારાપુર સરદાર પટેલ જયંતીની ઉજવણી સાથે નાની ચોકડી સુધી કેન્ડલ માર્ચ યોજાઈ
शिरूर तालुक्यातील जिल्हा परिषद गट व पंचायत समिती गण आरक्षण जाहीर!
शिरूर तालुक्यातील पंचायत समितीच्या १६ गणासाठी आरक्षण सोडत आज गुरुवार(दि.२०) रोजी पार पडली....
Delhi Weather Update : मौसम विभाग ने बताया दिल्ली-एनसीआर में Biparjoy होगा कितना असर ?
Delhi Weather Update : मौसम विभाग ने बताया दिल्ली-एनसीआर में Biparjoy होगा कितना असर ?
ડીસામાં જલઝીલણી અગિયારસની ઉજવણી કરાઇ
ડીસા શહેરમાં 75 વર્ષોની પરંપરા મુજબ શહેરની સૌથી મોટી ગણાતી શોભાયાત્રા જલઝીલણી અગિયારસની...