অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ নৱ গঠিত কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৰ্দ্ধিতবাকাৰ্যনিৰ্বাহক সভা জিলা কাৰ্যালয়ত আজি অনুষ্ঠিত হয়। নৱ নিৰ্বাচিত সম্পাদক লিংকেশ্বৰ গগৈয়ে আঁত ধৰা উক্ত সভাখন পৰিচালনা কৰে জিলাৰ সভাপতি ঝৰ্ণা মহনে। সভাত AJYCP কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা চৰাইদেউ জিলা উপদেষ্টা পলাশ চাংমাই,কেন্দ্ৰীয় উপদেষ্টা ৰঞ্জিত চাংমাই,কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক দিগন্ত গগৈৰ লগতে জিলা সমিতিৰ উপদেষ্টা মণ্ডলী, জিলাৰ কৰ্মকৰ্তা সকল,আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આણંદ જિલ્લાના ચુંટાયેલા ધારાસભ્યોએ વિધાનસભામાં સપથ લીધા
આણંદ જિલ્લાના પાંચ ચુટાયેલા ધારાસભ્યોએ ગુજરાત વિધાનસભામાં ધારાસભ્ય તરીકે સપથ લીધા હતા જેમાં...
रोहा में हर्षोल्लास श्रद्धा पूर्वक मनी दिपोत्सव।रंगबिरंगी लाईटों और दीपक की रोशनी से जगमगाया क्षेत्र ।
समस्त देश भर की भांति रोहा, चापरमुख में रोशनी,भाईचारे का त्यौहार दिपोत्सव हर्षोल्लास के साथ...
સુરત સિટી બસ ચાલકની ગંભીર બેદરકારી | SatyaNirbhay News Channel
સુરત સિટી બસ ચાલકની ગંભીર બેદરકારી | SatyaNirbhay News Channel
বিজেপি চৰাইদেউ জিলাৰ কাৰ্য্যালয়ত প্ৰশিক্ষণ গোটৰ তত্ত্বাৱধানত আজি জিলাৰ মৰ্চাৰ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত।
ভাৰতীয় জনতা পাৰ্টিৰ চৰাইদেউ জিলা কাৰ্য্যালয়ত প্ৰশিক্ষণ গোটৰ তত্ত্বাৱধানত আজি জিলাৰ মৰ্চাৰ...