গুৱাহাটী IITত অনুষ্ঠিত আঞ্চলিক আন্তঃকেন্দ্ৰীয় বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাৰ ৪০০ মিটাৰ দৌৰত কেন্দ্ৰীয় বিদ্যালয় অএনজিচি নাজিৰাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ শিমলুগুৰিৰ মহম্মদ ছামীয়ে সোণৰ পদক লাভ কৰি আন্ত:ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হয়।

শিমলুগুৰি সন্মিলিত যুৱ সমাজে মহম্মদ ছামীক অভিনন্দন জ্ঞাপন কৰে।