শুকুৰবাৰে কাজিৰঙাৰ ১ নং শিলডুবি এলেকাৰ পৰা বন বিভাগে বাঘ হত্যাৰ অভিযোগত আটক কৰে ৯ জনকৈ লোকক। সোধ পোচৰ অন্তত শনিবাৰে ইয়াৰে ৪ জনক যাবলৈ দিয়াৰ বিপৰীতে ৫ জনক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু বন বিভাগে আটকাধীনক মাৰ পিট কৰাৰ অভিযোগ উত্থাপন হৈছে।বন বিভাগে শাৰিৰীক মানসিক অত্যাচাৰ কৰাৰ অভিযোগ তুলি ৰাজহুৱা সভা আহ্বান কৰে ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  સમુદ્ર કિનારે વધુ એક ફિશિંગ બોટ ખેંચાઈ આવી 
 
                      સમુદ્ર કિનારે વધુ એક ફિશિંગ બોટ ખેંચાઈ આવી
                  
   तांबेंनी काँग्रेसला धक्का दिला, एका फोटोनं तांबे आणि भाजपची अडचण केली  
 
                      तांबेंनी काँग्रेसला धक्का दिला, एका फोटोनं तांबे आणि भाजपची अडचण केली 
                  
   BSF-ৰ অভিযানত মানকাচৰত পুনৰ আটক পাঁচগৰাকীকৈ বাংলাদেশী 
 
                      অসমৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাত শনিবাৰে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে অবৈধভাৱে আন্তৰ্জাতিক...
                  
   ડીસા કોલેજમાં યોજાયો વેસ્ટઝોન યુનિવર્સિટી ચેસ ભાઈઓનો પ્રશિક્ષણ કેમ્પ 
 
                      ડીસા કોલેજમાં યોજાયો વેસ્ટઝોન યુનિવર્સિટી ચેસ ભાઈઓનો પ્રશિક્ષણ કેમ્પ
                  
   
  
  
   
   
   
  