মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ সময় চোৱাত প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে বিভিন্ন বিষয়ৰ কৰ্মশালা ৷ ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে বিদ্যালয় বন্ধৰ সময়চোৱাত অনুষ্ঠিত হয় এনেধৰনৰ কৰ্মশালা ৷ সেই উপলক্ষ্যে নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত দ্ৰোপাং মইনা পাৰিজাতৰ উদ্যোগত ভৰলাপাৰত অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্যৰ কৰ্মশালা ৷ বদুলা সত্ৰৰ বৰবায়ন দাদু দত্তৰ প্ৰশিক্ষণত দ্ৰোপাং অঞ্চলত অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে ১ জুলাইৰ পৰা ১৬ জুলাইলৈকে সত্ৰীয়া নৃত্যৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে ৷ উল্লেখ্য যে অঞ্চলটোত জাতি জনগোষ্ঠী ভেদে ছাত্ৰ-ছাত্ৰীসকলে কৰ্মশালাত অংশগ্ৰহণ কৰিছে ৷ আনহাতে শংকৰদেৱ যুৱ সংঘৰ উদ্যোগত পথালিপাহাৰৰ ভকতগাঁৱতো অনুৰুপ কৰ্মশালা অনুষ্ঠিত হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जम्मू-कश्मीर विधानसभा चुनाव के रण में उतरेंगे PM मोदी, तीन रैलियों को करेंगे संबोधित
प्रधानमंत्री नरेंद्र मोदी जल्द ही जम्मू-कश्मीर विधानसभा चुनाव के प्रचार में उतरेंगे। पीएम मोदी...
Gir somnath I ઉના ગીર ગઢડા રોડ પર આવેલા બેન્ક ઓફ ઇન્ડિયા નું એટીએમ રામ ભરોસે.. I Divyang News
Gir somnath I ઉના ગીર ગઢડા રોડ પર આવેલા બેન્ક ઓફ ઇન્ડિયા નું એટીએમ રામ ભરોસે.. I Divyang News
सेवानिवृत्त ए एसआई श्री रंगीलाल त्रिपाठी जी का साल श्रीफल शील्ड से किया गया सम्मानित
नगर परिषद ककरहटी गौरव दिवस के उपलक्ष में पुलिस विभाग में अपने कार्यों के प्रति सजग रहने वाले एवं...