গনেশ চতুৰ্থীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ প্ৰতি লক্ষ্য ৰাখি গনেশ মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে  তিনিচুকীয়াৰ মৃৎ শিল্পীসকল।

২০২২ বৰ্ষৰ ৩১ আগষ্টত  হ'ব লগীয়া গনেশ চতুৰ্থীৰ বাবে উৎসাহিত হৈ পৰাৰ লগতে ব্যাপক প্ৰস্তুতি চলাইছে তিনিচুকীয়াৰ মৃৎ শিল্পী সকলে ।

কৰণাৰ ভয়াবহতাৰ পিছতে এইবাৰ উলহ-মালহেৰে গনেশ চতুৰ্থী পালন হ'ব বুলিও আশা কৰিছে তিনিচুকীয়াৰ মৃৎ শিল্পী সকলে ।