সচৰাচৰ ৰাইজে বিধায়কৰ খতিয়ান লয়,কিন্তু আজি বিধায়িকাই ল'লে ৰাইজৰ কামৰ খতিয়ান।গোলাঘাটৰ কৃষিপ্ৰধান অঞ্চল আইতনীয়া মিৰিগাঁৱৰ দ-চমুৱা বিলত অঞ্চলত মীন প্ৰকল্প গঢ়িবলৈ বিধায়িকা অজন্তা নেওগে আৱন্টন দিছিল ২৫ লাখ টকা।কিন্তু ৰাইজে সেই টকাৰে মীন পালনৰ কোনো কাম নকৰিলে।বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগৰ মতে সেই ২৫ লাখ টকাৰ প্ৰকল্প এতিয়া ২৫ কোটিলৈ ৰূপান্তৰ হ'ব লাগিছিল।কিন্তু ৰাইজে কাম নকৰাৰ বাবে সেই টকা অবাবত নষ্ট হ'ল।ৰাইজে কেৱল চৰকাৰক দোষিলে নহ'ব।সেয়েহে পৰৱৰ্তী সময়ত কোনো ধন ৰাইজৰ বাবে মুকলাই দিয়াৰ আগত বিধায়িকা গৰাকীয়ে চিন্তা কৰি ল'ব বুলি মন্তব্য কৰে।কিয়নো টেঙা আম বজাৰত এবাৰহে বেচিব পাৰি!
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रोहा में हाथी उपद्रव से परेशान ग्रामीण, तहसनहस घरद्वार।
रोहा में हाथी उपद्रव से परेशान ग्रामीण, तहसनहस घरद्वार।
ઉના : લુહાર સંત મૂળદાસ મંદિર અમોદ્રા ખાતે પૂનમ ની ભવ્ય ઉજવણી.
ઉના : લુહાર સંત મૂળદાસ મંદિર અમોદ્રા ખાતે પૂનમ ની ભવ્ય ઉજવણી.
कुत्ते ने चबाया पावर बैंक तो हुआ ब्लास्ट, घर में लगी आग; आप न करें ऐसी गलतियां
पावरबैंक को लेकर एक अजीबोगरीब मामला सामने आया है। एक घर में कुत्ते ने पावरबैंक को चबा लिया जिसके...
কোকৰাঝাৰৰ পাটগাঁওত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক অধিবেশন
https://youtu.be/DMTMIBsViGk
কোকৰাঝাৰ অক্টোবৰ ৮: অহা ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰী পৰা কোকৰাঝাৰৰ...
Kerala News: अरुणाचल प्रदेश के होटल में मृत मिले केरल के तीन लोग, पुलिस कर रही जांच; काले जादू का शक
अरुणाचल प्रदेश से एक हैरान कर देने वाला मामला सामने आया है। अरुणाचल प्रदेश के एक होटल के कमरे में...