গহপুৰ মাগনিত শনিবাৰে মাগনি প্ৰাথমিক বিদ্যালয় আৰু মাগনি পাম অঙ্গনবাদী কেন্দ্ৰৰ শুভ উদ্ধোধন অনুষ্ঠান সম্পন্ন হয়। ছয়দুৱাৰ শিক্ষা খণ্ডৰ কৃষ্ণপুৰ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়খন আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে শিক্ষাৰ্থীৰ বাবে। শিক্ষয়িত্ৰী মুনমী বৰাই আঁত ধৰা উক্ত সভাত সভাপতিত্ব কৰে গহপুৰ মাগনিৰ বিশিষ্ট ব্যক্তি নগেন শৰ্মাই। চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় পথৰ বাবে ভূমি অধিগ্ৰহনৰ ক্ষতি পুৰনৰ প্ৰাপ্য আৱন্টিত ধনেৰে মাগনি প্ৰাথমিক বিদ্যালয়ৰ নৱ নিৰ্মিত গৃহটি গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা,বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে আৰু গহপুৰ মহকুমাৰ মহকুমাধিপতিয়ে শুভ উদ্ধোধন কৰে।উক্ত অনুষ্ঠানত উপস্থিত থাকে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা,ছয়দুৱাৰ খণ্ড বিষয়া কৰুনা কান্ত ভট্ট,জ্যােতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ৰাম নাৰায়ণ গোস্বামী,কৃষ্ণপুৰ পঞ্চায়তৰ সভানেত্ৰী ললিতা গয়াৰী,বিশিষ্ট ব্যক্তি জীৱন বৰুৱা,সমাজকৰ্মী যাদৱ বৰুৱা,শিক্ষাবিদ,সমাজকৰ্মী বিৰেণ ভূঞা,বিশিষ্ট ব্যক্তি ডিম্বেশ্বৰ বৈষ্ণৱকে ধৰি শিক্ষাৰ্থী সকলৰ অভিভাৱক বৃন্দ উপস্থিত থাকে।উক্ত শুভ উদ্ধোধন অনুষ্ঠানত শিক্ষাৰ্থী সকলৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Infosys Guidance Prediction | Q4 के कैसे रहेंगे आंकड़ें? Mega Deals का Stock पर कैसा होगा असर?
Infosys Guidance Prediction | Q4 के कैसे रहेंगे आंकड़ें? Mega Deals का Stock पर कैसा होगा असर?
शिवसेनची शाखा कोणाच्या बापाची प्रॉपर्टी नाही; गोपाळ लांडगे आक्रामक #shivsena #eknathshinde
शिवसेनची शाखा कोणाच्या बापाची प्रॉपर्टी नाही; गोपाळ लांडगे आक्रामक #shivsena #eknathshinde
ಕರ್ನಾಟಕ ರಾಜ್ಯ ಸರ್ಕಾರಿ ನೌಕರರ ಸಂಘದ ಬೆಂಗಳೂರು ನಗರ ರಾಜ್ಯ ಪರಿಷತ್ ಚುನಾವಣೆಯಲ್ಲಿ ಖಜಾನೆ ಇಲಾಖೆಯಿಂದ ಎಸ್. ನರೇಂದ್ರ ಅವರು ಗೆಲುವು ಸಾಧಿಸಿದರು.
ನವೆಂಬರ್ 22, 2024
ಕರ್ನಾಟಕ ರಾಜ್ಯ ಸರ್ಕಾರಿ ನೌಕರರ ಸಂಘದ ಬೆಂಗಳೂರು ನಗರ ರಾಜ್ಯ ಪರಿಷತ್ ಚುನಾವಣೆಯಲ್ಲಿ...
ખેડા જિલ્લાના ના પીઠાઈ ગામે મેળા માં પોલીસ પર હુમલો
ખેડા જિલ્લાના કઠલાલ તાલુકાના પીઠાઇ ગામે પીઠેસ્વંરી માતા ના મંદિરે ચાલી રહેલા મેળા મા...
फरार वांछित अपराधियो के विरुद्ध बून्दी पुलिस की लगातार कार्यवाही
जिला पुलिस अधीक्षक बून्दी राजेन्द्र कुमार मीणा ने बताया कि थानाधिकारी पुलिस थाना इन्द्रगढ जिला...