ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা সম্প্ৰসাৰণ । বৰ্তমানৰ ৭৮.৮২ বৰ্গ কিলোমিটাৰৰ পৰা ২৯৯.১৪ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে উদ্যান খনৰ পৰিসীমা । ৰাজ্যপালৰ অনুমোদন সাপেক্ষে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগে এই বিষয়ত অধিসূচনা জাৰি কৰিছে ।