অসম স্নাতক মহাবিদ্যালয় অনা শিক্ষক কৰ্মচাৰী সন্থাৰ সংবাদমেল

* ২০২১ ৰ ফেব্ৰুৱাৰীত ২৯৭ গৰাকী অনা শিক্ষক কৰ্মচাৰীক নিযুক্তি দিছিল চৰকাৰে।

* Fix pay দিছে যদিও Fix pay নিয়মীয়া কৰাৰ কোনো ব্যৱস্থা নাই

* বৰ্তমান দিয়া নিযুক্তিত নিয়মীয়াকৈ দৰমহা দিছে, কিন্তু তেওঁলোকক দিয়া নাই বুলি অভিযোগ 

* চৰকাৰে বৈষম্য কৰিছে, অন্যায় কৰিছে: অভিযোগ অনা শিক্ষক কৰ্মচাৰী সন্থা

* ১০ লাখ টকা gratuity হিচাপে দিয়াৰ প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই

* বহু কৰ্মচাৰীৰ মৃত্যু হৈছে, কিন্তু আজিলৈকে gratuity নাপালে অভিযোগ অনা শিক্ষক কৰ্মচাৰী সন্থা

* অনা শিক্ষক কৰ্মচাৰীক NPS দিব বুলি কৈছিল, কিন্তু দিয়া নাই।

* চৰকাৰে নিজৰ নিয়ম নিজে ভংগ কৰিছে : অভিযোগ অনা শিক্ষক কৰ্মচাৰী সন্থা

* আমি চুইপাৰ নেকি? আমাক চুইপাৰতকৈ কম পইচা দিয়ে অভিযোগ অনা শিক্ষক কৰ্মচাৰী সন্থা

*চৰকাৰী হাৰত দৰমহা প্ৰদান কৰক, নহলে সকলো অনা শিক্ষকক আঁতৰাই দিয়ক* অভিযোগ 

*বৃহৎ গণতান্ত্ৰিক আন্দোলন, কলেজ বন্ধ কৰি দিয়াৰ হুংকাৰ সন্থাৰ*

*৮ আগষ্টত ৩৩ খন মহাবিদ্যালয়ত তলা বন্ধ কৰিব অনা শিক্ষক কৰ্মচাৰীয়ে*

* Minimum Wage Act ১৯৪৮ ৰ মতে FIX Pay প্ৰদান কৰিছে, সংশোধন কৰিব লাগে এই আইনৰ