দৰং জিলাৰ প্ৰায় ৪০০ জোৱান আৰু বিষয়া ৫৩ গৰাকী সাজু ৷

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

 অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষালৈ সাজু দৰং জিলা প্ৰশাসন

দৰং জিলাত ৫৩ কেন্দ্ৰত হ’ব লিখিত পৰীক্ষা ৷

অসম চৰকাৰে দেশৰ সৰ্ববৃহৎ নিযুক্তিৰ বাবে অনুস্থিত কৰা লিখিত পৰীক্ষাত যাতে কোনো ধৰণৰ বেমেজালি সৃষ্টি নহয় তাৰবাবে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসনো ৷ মঙলদৈ আৰক্ষী চাউনিত দৰং আৰক্ষী অধিক্ষক প্ৰশান্ত শইকীয়াই জোৱান সকলক সুচাৰুৰূপে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনালে ৷